Jio,Airtel ৰ দাম বৃদ্ধি, এনেদৰে বচাওক আপোনাৰ টকা...

২৯ জুন, ২০২৪ 

Tv9 Assam

দেশৰ সবাতোকৈ বৃহৎ মোবাইল নেটৱৰ্ক কোম্পানী জিঅ' আৰু এয়াৰটেলে প্লেনসমূহৰ মূল্য বৃদ্ধি কৰিছে। কিন্তু আপুনি বচাব পাৰে টকা।

Jio- Airtel

৩ জুলাই পৰা নতুন দাম আহিব এই সেৱাসমূহত। গতিকে আপুনি ইয়াৰ পূৰ্বে ৰিচাৰ্জ কৰিব পাৰে।

৩ জুলাই

আপুনি কমকৈ ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰে। তেতিয়া আপুনি কম দামী প্লেন ৰিচাৰ্জ কৰিব পাৰে। আপুনি কেৱল কলিং আৰু ভেলিডিটি প্লেন কৰিব পাৰে।

সাৱধান

আপুনি এড এনৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ জৰিয়তে আপোনাৰ প্ৰয়োজন অনুসৰি ডাটা ৰিচাৰ্জ কৰিব পাৰে।

এড অন

আপুনি অন্য বিকল্প ল'ব পাৰে। ভোডাফোন- আইডিয়াৰ ছিম ব্যৱহাৰ কৰিব পাৰে। জিঅ'- এয়াৰটেলতকৈ এই প্লেনসমূহ কিছু সস্তীয়া।

অন্য বিকল্প

জিঅ'- এয়াৰটেলে ১২ৰ পৰা ১৫ শতাংশ পৰ্যন্ত দাম বৃদ্ধি কৰিছে। যাৰ বাবে জনতাৰ মাজত সমস্যাই দেখা দিছে।

দাম বৃদ্ধি

পঢ়িবলৈ ক্লিক কৰক

Amarnath yatra 2024: