স্বাস্থ্যৰ পক্ষে মহৌষধ দুপৰ টেঙা, জানক উপকাৰিতা।
2 Jan 2025
TV9 ASSAM
Image Credit source: social media
প্ৰতিদিনে খালে পিত্তৰ পাথৰ, কিডনিৰ পাথৰ গলোৱাত সহায়ক বুলি বিশ্বাস ৷
দুপৰ টেঙাৰ পাত
উচ্চ ৰক্তচাপ, জণ্ডিচ, কলেৰা আৰু তেজ-হাগনিৰ বাবে উপকাৰী ৷
দুপৰ টেঙা
মূৰত ওকণি হ’লে দুপৰ টেঙাৰ পাত খুন্দি চুলিত প্ৰলেপ দিলে ওকণি মৰে।
উপকাৰ
মূত্ৰাশয় পৰিষ্কাৰ কৰিবলৈ আৰু অন্ত্ৰৰ পৰা ক্ষতিকাৰক পদাৰ্থৰ পৰা পৰিত্ৰাণ।
উপকাৰ
বৃক্কৰ অসুখৰ বাবে ককালৰ বিষ হ’লে দুপৰটেঙাৰ পাত খালে আৰাম পোৱা যায়।
উপকাৰ
কেঁচুমূৰীয়া বা অৰ্শ ৰোগত দুপৰটেঙাৰ পাত খুন্দি প্ৰলেপ দিব লাগে।
উপকাৰ
জণ্ডিচ ৰোগতো এই পাতৰ ৰস খালে বহুত উপকাৰ হয় বুলি কোৱা হয়।
উপকাৰ
চাবলৈ ক্লিক কৰক
ৰামচৰণৰ ছবি
Learn more