১৯ মে',২০২৪
অভিনেত্ৰীগৰাকীয়ে এইবাৰ লোকসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী। ইয়াৰ মাজতে তেওঁ জয়ৰ পাছৰ ইচ্ছা ব্যক্ত কৰিছে।
এতিয়ালৈকে অভিনেত্ৰীগৰাকীয়ে বহু সন্মান লাভ কৰিছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ, পদ্মশ্ৰী অন্যতম।
কংগনাই কয় যে এতিয়ালৈকে তেওঁ বহু বঁটা লাভ কৰিছে। কিন্তু মেম্বাৰ অফ পাৰ্লিয়ামেন্ট সন্মান লাভ কৰিলে তেওঁ যথেষ্ঠ সুখী হ'ব।
অভিনেত্ৰীগৰাকীয়ে কয়, যদি তেওঁ জয়ী হয় তেতিয়া মণ্ডীৰ সকলো সমস্যাৰ ওপৰত আলোচনা কৰি সমাধানৰ চেষ্টা কৰিব।
কংগনাই কয় যে, বিজেপিয়ে মোদীৰ প্ৰতিটো গেৰান্টী পূৰ্ণ কৰিব। যি যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সকলো পূৰণ হ'ব।
কংগনাই কয় যে, যদি তেওঁ নিৰ্বাচনত জয় লাভ কৰে তেন্তে অভিনয় সম্পূৰ্ণৰূপে বাদ দিব।
পঢ়িবলৈ ক্লেক কৰক