কেনিয়া চৰকাৰে হত্যা কৰিব ১০ লাখ ভাৰতীয় কাউৰী

১৪ জুন, ২০২৪

কেনিয়াত ভাৰতীয়মূলৰ কাউৰীৰ সংখ্যা বৃদ্ধি পাইছে। যাৰ বাবে চৰকাৰে এই বছৰৰ শেষত কাউৰী হত্যা কৰাৰ ঘোষণা কৰিছে। 

কাউৰীৰ সংখ্যা

কেনিয়া চৰকাৰে ২০২৪ চনৰ শেষৰ ফালে উপকূলীয় অঞ্চলৰ পৰা  ১০ লাখ কাউৰী নিৰ্মূল কৰাৰ নিৰ্দেশ দিছে। 

নিৰ্দেশ

কেনিয়া চৰকাৰৰ মতে ভাৰতীয়মূলৰ কাউৰীৰ সংখ্যা বৃদ্ধি হৈ আছে। ই বিপদজনক হৈ পৰিছে। 

হত্যাৰ পৰিকল্পনা

চৰকাৰৰ মতে কাউৰীবোৰ আক্ৰমণাত্মক হৈ পৰিছে। আন পক্ষী আৰু মানুহকো ই আক্ৰমণ কৰে।

কাৰণ কি

বিপদ

কাউৰীৰ সংখ্যা বৃদ্ধিয়ে কেনিয়াৰ পৰ্যটন আৰু হোটেল ইণ্ডাষ্ট্ৰীতো প্ৰভাৱ পেলাইছে। ডাঙৰ বিপদ আহি পৰিছে।

 কেনিয়া ৱাইল্ড লাইফ চাৰ্ভিছৰ মতে ইণ্ডিয়ান হাউচ কাউৰী বিদেশী পক্ষী। বছৰ বছৰ ধৰি থকা এই কাউৰী এতিয়া বিপদৰ কাৰণ হৈ পৰিছে।

মানুহৰ বাবে  বিপদ

পঢ়িবলৈ ক্লিক কৰক 

NEET: