প্ৰথমবাৰ এজনী ছোৱালীৰ লগত কথা পাতিলে কিছুমান কথা মনত ৰাখিব।

28 May 2024

 TV9 Assam

যিকোনো নতুন সম্পৰ্ক আৰম্ভ হ’লে মানুহবোৰ অতি উৎসাহিত হৈ পৰে

বেছি উৎসাহিত নহ'ব

বাৰে বাৰে hi hello পঠোৱাৰ ভুল নকৰিব

নকৰিব

তাই আপোনাৰ লগত আৰু কথা পাতিব নিবিচাৰিলে জোৰ নকৰিব।

মনত ৰাখক

ব্যক্তিগত কথাৰ বিষয়ে বেছিকৈ সুধিব নালাগে।

নকৰিব

আপোনাৰ প্ৰশংসা বুদ্ধিমানৰূপে ব্যৱহাৰ কৰক

প্ৰসংশা

দীঘলীয়া মেছেজ পঠোৱাৰ পৰা বিৰত থাকক।

জানি থওক

ছোৱালীৰ সন্মুখত যি টি নকৈ আপোনাৰ শব্দবোৰ  কোৱাৰ আগত চিন্তা কৰি চাব।

ব্যৱহাৰ

সবিশেষ কমেন্ট বস্কত

পুষ্পা২ ৰ চৰ্চা!