ট্ৰেকিঙত যোৱাৰ সময়ত মনত ৰাখিব এইসমূহ কথা
01 July 2024
TV9 Assam
ট্ৰেকিং যিমানেই ৰোমাঞ্চকৰ, সিমানেই বিপদজনকো।
'ট্ৰেকিং
সাধাৰণতে অধিকাংশ লোকৰে ভ্ৰমণৰ চখ থাকে।
ইচ্ছা
ভ্ৰমণপিয়াসী বহু লোকৰে আকৌ দুঃসাহসিক ভ্ৰমণৰ হেঁপাহ থাকে।
দুঃসাহসিক ভ্ৰমণ
বাৰিষাত ট্ৰেকিং কৰাৰ নিজস্ব মজা আছে।
বাৰিষা ট্ৰেকিং
প্ৰথমে আপোনাৰ মেডিকেল টেষ্ট কৰি লওক।
গুৰুত্বপূৰ্ণ
ট্ৰেকিঙৰ বাবে আটাইতকৈ প্ৰয়োজনীয় আহিলা হৈছে আৰামদায়ক জোতা।
জোতা
ফাৰ্ষ্ট এইড বক্স লগত নিয়াটো প্ৰয়োজনীয়।
ফাৰ্ষ্ট এইড
চাবলৈ ক্লিক কৰক
Meta AI ফিচাৰ
Learn more