ধন লাভৰ বাবে কৰক  এই উপায়, বেগত ৰাখক  এই বস্তু....

13 March 2025

TV9 ASSAM

মানুহৰ আৰ্থিক সমস্যা হোৱা সাধাৰণ কথা। কিন্তু জ্যোতিষ শাস্ত্ৰ অনুসৰি কিছুমান উপায় কৰিলে আৰ্থিক সমস্যা বহু পৰিমাণে নোহোৱা হয়।

আৰ্থিক সমস্যা

প্ৰায় প্ৰতিঘৰতে ইলাচিৰ ব্যৱহাৰ হয়। ইয়াক খাদ্যৰ লগতে পূজা-পাঠত ব্যৱহাৰ কৰা হয়। ইমানেই নহয়,ধৰ্মীয় বিশ্বাস অনুসৰি  ইলাচিয়ে ধন লাভতো সহায় কৰে।

ইলাচি

জ্যোতিষ শাস্ত্ৰত ইলাচিৰ কিছুমান এনে উপায়ৰ বিষয়ে উল্লেখ আছে যিয়ে মানুহৰ ভাগ্য সলনি কৰিব পাৰে। এয়াই নহয় ইলাচিৰ উপায়ৰ ফলত জীৱনলৈ সফলতা আহে বুলি কোৱা হয়।

জ্যোতিষ শাস্ত্ৰ

কোৱা হয়, খাদ্য বা পূজাৰ বাবে ব্যৱহাৰ কৰা ইলাচি বেগত ৰাখিলে শুভ ফল পোৱা যায়। ইয়াৰ ফলত ধন আকৰ্ষিত হয় তথা মা লক্ষ্মীৰ কৃপা লাভ কৰা দেখা যায়।

উপায়

জীৱনত সফলতা লাভ কৰিবলৈ ইলাচি ব্যৱহাৰ কৰিব পাৰে। এখন ভাল কাপোৰত ইলাচি বান্ধি গাৰুৰ তলত ৰাখিব পাৰে। এনে কৰিলে ব্যক্তিৰ জীৱনত সফলতা আহে।

সফলতা

 কোনো ব্যক্তিৰ কাম যদি বাৰে বাৰে হৈ  নুঠে বা বাধা আহে তেন্তে ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে হাতৰ মুঠিত ইলাচি ৩ টা ৰাখি শ্ৰী শ্ৰী বুলি কৈ খাব লাগে।  এনে কৰিলে আধৰুৱা কাম  হৈ উঠে।

আধৰুৱা কাম

যদি কোনো লোকে বহুত কষ্ট কৰাৰ পাছতো আৰ্থিক সমস্যাত পৰে তেন্তে বেগত ৫টা ইলাচি ৰাখিব লাহে। কোৱা হয় ইয়াৰ ফলত আয় বৃদ্ধি হয় আৰু আৰ্থিক সংকট দূৰ হয়।

কিমান ৰাখিব

পঢ়িবলৈ ক্লিক কৰক 

গৌতম গম্ভীৰে কিমান পেঞ্চন পায়