বিয়াৰ ৩ মিনিট পাছতেই হ'ল তালাক...

৩০ এপ্ৰিল, ২০২৪

Tv9 Assam

বিয়া এক সামাজিক স্বীকৃতি। ই দুখন হৃদয় এক কৰে। বিশ্বৰ সকলো দেশতে বিয়াৰ পৰম্পৰা অতীজৰ পৰা চলি আহিছে।

বিয়া

বিবাহৰ সমান্তৰালকৈ বিচ্ছেদো এক সত্য। বিয়া অসন্তুষ্টিৰ কাৰণ হৈ পৰিলে বহুতে তালাক লয়। কিন্তু বিয়াৰ কেইমিনিটমান সময়ৰ ভিতৰতে তালাক লোৱা কথা শুনিছেনে।

বিবাহ- বিচ্ছেদ

তথ্য অনুসৰি কুৱেটত এখন বিবাহ অনুষ্ঠান অন্ত পৰাৰ পাছতেই দৰাই কইনাক বেয়া ব্যৱহাৰ কৰে।

বেয়া ব্যৱহাৰ

এই কথাক লৈ কইনাৰ বহুত খং উঠে। এই কথা চৰম পৰ্যায়  পাইগৈ আৰু কইনাই দৰাক তালাক দিয়াৰ কথা কয়। দুয়োৰে বিবাহ-বিচ্ছেদো হয়।

ক্ষমা

এই বিয়াখন কুৱেটৰ ইতিহাসত সবাতোকৈ কম সময়ৰ বিয়া। বিয়া সম্পন্ন হোৱাৰ মাত্ৰ ৩ মিনিটৰ ভিতৰতে তালাক হয়।

কম সময়

তথ্য অনুসৰি বিয়া সম্পন্ন কৰাৰ পাছত যুৱক-যুৱতীয়ে কোৰ্ট হাউচৰ বাহিৰত ওলাই আহিব লয়। তেতিয়াই কইনাৰ ভৰি সামান্য পিছলি পৰি যায়। তেতিয়া দৰাজনে মুৰ্খ বুলি কয়।

মুৰ্খ

দৰাৰ কথা শুনি কইনাৰ খং উঠে। লগে লগে কইনাই কোৰ্টৰ ভিতৰলৈ গৈ বিবাহ বিচ্ছেদ কৰাৰ কথা কয়।

বিয়া ভঙা

কইনাৰ কথা শুনি অধিবক্তাই আচৰিত হয়। কিন্তু সহমতি সাপক্ষে ৩ মিনিট পাছতেই বিয়া বাতিল কৰে।

৩ মিনিট

পঢ়িবলৈ ক্লিক কৰক 

নাগ পঞ্চমী