খাদ্যত নিমখ বেছি হ'লে কৰক এই কাম

১৯ আগষ্ট, ২০২৪

Tv9 Assam

 খাদ্যত নিমখ বেছি হ'লে বা জ্বলি গ'লে যদি ঠিক কৰিব বিচাৰিছে তাৰ বাবে আছে কেইটামান টিপচ।  এই টিপচ গ্ৰহণ কৰিলে ছেকেণ্ডতে নোহোৱা হ'ব সমস্যা।

নিমখ বেছি

যদি খাদ্যত কেতিয়াবা বেছি নিমখ হয় তেতিয়া আটাক লাড়ু বনাই তৰকাৰীত দিব লাগে। এনে কৰিলে বাঢ়ি থকা নিমখ সামান্য হৈ পৰে।

আটা 

যদি কেতিয়াবা খাদ্যত বেছি নিমখ হয় তেতিয়া নেমু ৰস দিব পাৰে। ই টেঙা হোৱাৰ বাবে তৰকাৰীত নিমখৰ মাত্ৰা ঠিক কৰে।

নেমু

আপুনি আলু বইল কৰিও দিব পাৰে। যেতিয়া বইল কৰা আলু তৰকাৰীত দিয়ে তেতিয়া ই নিমখ টানি লয়।

আলু বইল বা কেঁচা আলু

নিমখ বেছি হ'লে ব্ৰেদৰ টুকুৰা এটাও দিব পাৰে। তেনে কৰিলেও খাদ্যৰ বেছি হোৱা নিমখ সামান্য হৈ পৰে।

ব্ৰেদৰ টুকুৰা

তৰকাৰীত নিমখ বেছি হ'লে এক চামুচ দৈ মিহলাব পাৰে। দৈয়ে তৰকাৰীত নিমখৰ মাত্ৰা কম কৰি ভাল সোৱাদ দিয়ে। ইয়াৰ বাবে ৫ মিনিট সময়ৰ প্ৰয়োজন হয়।

দৈ

পঢ়িবলৈ ক্লিক কৰক 

ৰাজকুমাৰ ৰাও