নিজৰ নামত বিতুষ্ট হৈ ইৰফান খানে গ্ৰহণ কৰিছিল এনে পদক্ষেপ

29 April 2025

TV9 ASSAM

নিজৰ অভিনয়েৰে দৰ্শকৰ মনত বিশেষ স্থান দখল কৰি বলীউডৰ প্ৰখ্যাত অভিনেতা ইৰফান খানৰ আজি পঞ্চম মৃত্যু বাৰ্ষিকী। ২০২০ চনত মৃত্যু হৈছিল ইৰফান খানৰ।

ইৰফান খান

বলীউডৰ পৰা হলিউডলৈকে বহু চিনেমাত কাম কৰিছিল ইৰফানে। মৃত্যুৰ পিছতো তেওঁক সমগ্ৰ বিশ্বৰ চিনেপ্ৰেমীয়ে স্মৰণ কৰি আহিছে।

বিশ্বজুৰি সমাদৃত

ইৰফান খানৰ ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰে। পিছে তেওঁৰ জীৱনৰ কিছুমান বিশেষ দিশ কমসংখ্যক লোকৰহে জ্ঞাত।

ইৰফানৰ ব্যক্তিত্ব

ইৰফান খানৰ সম্পূৰ্ণ নাম চাহাবজাদে ইৰফান আলী খান। অৱশ্যে তেওঁ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত কেৱল ইৰফান বুলিহে ব্যৱহাৰ কৰিছিল।

সম্পূৰ্ণ নাম

এক সাক্ষাৎকাৰত তেওঁ নিজৰ নাম ভাল পোৱা নাছিল বুলি জানিবলৈ দিছিল। সেয়ে তেওঁ সম্পূৰ্ণ নামৰ পৰা চাহবজাদে শব্দটো আঁতৰাই ৰাখিছিল।

নাম সলনি

ইৰফানে জনোৱা মতে এই নামটোৰ বাবে তেওঁ লজ্জিত হৈছিল। সাধাৰণ মানুহ হৈ থাকিব বিচাৰি তেওঁ নামৰ পৰা এই শব্দটো আঁতৰাই পেলাইছিল।

কিয় এই পদক্ষেপ

পঢ়িবলৈ ক্লিক কৰক 

দেশৰ আটাইতকৈ দামী অভিনেতা কোন!