দাঁতৰ কিবা নহয় কিবা সমস্যা বহু লোকৰ হৈ থাকে।
30 Jan 2025
TV9 ASSAM
দাঁতৰ বাবে কিছুমান ঘৰুৱা উপায় অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে।
ঘৰুৱা উপায়
বেকিং চ’ডা, নিমখ আৰু চেনি এচামুচ লৈ মিহলাই দৈনিক পৰিষ্কাৰ কৰক।
উপায়
সৰিয়হৰ তেলত নিমখ মিহলাই ব্যৱহাৰ কৰিলে ৰক্তক্ষৰণ আৰু বিষৰ কমে।
উপায়
নেমুৰ ৰস কিছু বেকিং চ’ডাৰ লগত মিহলাই পেষ্ট কৰি লগাওক।
উপায়
পুৱা নাৰিকল তেল মুখত ভৰাই দাঁতৰ ওচৰত ১৫ মিনিট ৰাখিব লাগে।
উপায়
আপেল চাইডাৰ ভিনেগাৰ আৰু পানীৰে গাৰ্গ কৰিলে মুখৰ দুৰ্গন্ধ কমে।
উপায়
হালধি আৰু নাৰিকল তেলত ২-৩ টোপালপদিনাৰ তেল মিহলি কৰি লগাওক।
উপায়
চাবলৈ ক্লিক কৰক
বসন্ত পঞ্চমীৰ শুভেচ্ছা
Learn more