আপেল হৈছে অন্যতম প্ৰিয় আৰু উপকাৰী ফল।

3 Jan 2025

TV9 ASSAM

Image Credit source: Getty Images

প্রতিদিনে ৰাতিপুৱা আপেল খালে চুগাৰ নহয় | ই স্বাস্থ্যৰ বাবে যথেষ্ঠ উপকাৰী।

উপকাৰী

দৈনিক আপেল খোৱাটোৱে ওজন কমোৱাত সহায় কৰিব পাৰে ৷

উপকাৰ

সদায় আপেল খালে শৰীৰত কলেষ্টেৰল জমা নহয় ৷

কলেষ্ট্ৰল

আঁহৰ পৰিমাণ বেছি হোৱাৰ বাবে কোষ্ঠকাঠিন্যৰ সমস্যাটো আঁতৰাই ৰাখে ৷

ফাইবাৰ

পেটৰ লগত জড়িত সমস্যা দূৰ কৰাত আপেলে সহায় কৰে ৷

উপকাৰ

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি বা মজবুত কৰাত সহায় কৰে ৷

ৰোগ প্ৰতিৰোধ

শৰীৰত বিষাক্ত পদাৰ্থ জমা হোৱাৰ বাবে বহু অংগ প্ৰভাৱিত হয়।

উত্তম আপেল

চাবলৈ ক্লিক কৰক 

মাটিৰ তলত গাঁও!