চিৰা-দৈৰ জলপান হৈছে অসমৰ এক পৰম্পৰাগত খাদ্য।
14 Jan 2025
TV9 ASSAM
দৈ-চিৰাত প্ৰ’টিন, কেলচিয়াম আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে।
পুষ্টিকৰ উপাদান
দৈ-চিৰা খালে ওজন নিয়ন্ত্ৰণত থাকে। ৰাতিপুৱাৰ জলপান চিৰা খাব পাৰে।
ওজন কমোৱা
দৈৰ নিয়মীয়া সেৱনে শৰীৰক বহু ৰোগৰ পৰা সুৰক্ষিত ৰাখে।
দৈ
প্ৰোবায়’টিকে স্বাস্থ্য উন্নত কৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
দৈ
উচ্চ ৰক্তচাপৰ সমস্যা থকা ব্যক্তিৰ বাবে ই অত্যন্ত উপকাৰী।
উচ্চ ৰক্তচাপ
চিৰাত যথেষ্ট পৰিমাণৰ কাৰ্বোহাইড্ৰেট থাকে যি শৰীৰক শক্তি প্ৰদান কৰে।
চিৰা
এইদৰে দৈ-চিৰা খাই নিজৰ স্বাস্থ্যৰ যত্ন লওক।
স্বাস্থ্য
চাবলৈ ক্লিক কৰক
আহি আছে 'গোলাই চুৰ'
Learn more