নহৰু ৰন্ধন প্ৰণালীত ব্যৱহাৰ কৰা পাচলি।

11  Dec 2024

TV9 ASSAM

ইয়াক কেঁচা বা সিজোৱাকৈ ব্যৱহাৰ কৰিব পাৰি।

নহৰু

চৰ্মৰোগ আদিৰ চিকিৎসাত সহায়ক৷

নহৰু

তেজ পৰিষোধক হিচাবে কাম কৰে।

নহৰু

ডায়েবেটিচ ৰোগীৰ বাবে উপকাৰী।

নহৰু

ইমিউনিটি বঢ়োৱাত সহায়ক।

নহৰু

পানী লগা, চৰ্দিৰ নহৰুৱে নিৰাময় কৰে৷

নহৰু

লিভাৰৰ নানান অসুখত ব্যৱহৃত হয়।

নহৰু

চাবলৈ ক্লিক কৰক 

পি এম বিশ্বকৰ্মা