গুৰৰ চমৎকাৰী গুণাগুণৰ বিষয়ে জানো আহক।

20  Dec 2024

TV9 ASSAM

গুৰ কুঁহিয়াৰ বা খেজুৰৰ ৰসৰ পৰা তৈয়াৰ কৰা এক প্ৰকাৰৰ মিঠা খাদ্য।

গুৰ

তালৰ ৰস পৰাও পগাই এই গুৰ তৈয়াৰ কৰা হয়।

গুৰ

নিয়মীয়াকৈ গুৰৰ খালে তেজ পৰিষ্কাৰ কৰে আৰু শৰীৰ স্বাস্থ্যৱান কৰি ৰাখে। 

তেজ পৰিস্কাৰ

শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰাৰ লগতে বিভিন্ন বীজাণুক বাধা দিয়ে । 

ৰোগ প্ৰতিৰোধ

শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে। গুৰত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে । 

গুৰ

গুৰে মহিলাসকলৰ ঋতুশ্রাৱৰ বিষ কমোৱাত গুৰে সহায় কৰে। 

বিষ

শৰীৰৰ স্বাভাৱিক তাপমাত্ৰা বজাই ৰখাত সহায় কৰে যিয়ে পেট ঠাণ্ডা কৰি ৰাখে।

উপকাৰ

চাবলৈ ক্লিক কৰক 

'জানমণি'ৰ বিয়া