শীতকাল মানে কমলা!কমলা স্বাস্থ্যৰ বাবে যথেষ্ঠ উপকাৰী।

23  Dec 2024

TV9 ASSAM

শৰীৰত প্ৰতিদিনৰ ১১৬.২ শতাংশ ভিটামিন চি সৰবৰাহ কৰে।

ভিটামিন চি

ভিটামিন চিয়ে ক’ল’ন কৰ্কট ৰোগ হ্ৰাস কৰাত সহায় কৰে।

ভিটামিন চি

চৰ্দি-কাঁহ ৰোধ কৰাৰ লগতে সঘনাই হোৱা কাণৰ সংক্ৰমণ ৰোধ কৰে।

ভিটামিন চি

এণ্টি-অ’ক্সিডেণ্টবোৰে গাৰ ছালত পৰা বৰ্ধিত বয়সৰ চাপ নিৰাময় কৰে।

বয়সৰ চাপ কমায়

ডায়েবেটিছ, বৃক্কৰ সমস্যা আৰু চকুৰ সমস্যা হ্ৰাস কৰিব পাৰে ৷ 

ৰোগ প্ৰতিৰোধ

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। হাড় শক্তিশালী কৰাত সহায় কৰিব পাৰে ৷

ৰোগ প্ৰতিৰোধ

পটাছিয়াম থাকে যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে ৷

ৰোগ প্ৰতিৰোধ

চাবলৈ ক্লিক কৰক 

বৰষা-ভাস্কৰৰ জীৱন সম্পূৰ্ণ