কাতি বিহু জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ।

15  October 2024

 TV9 Assam

বিহুৰ স’তে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি

বিহু

বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ।

বিহুৰ নিয়ম

তিনিটা বিহুৰ ভিতৰত অন্যতম কাতি বিহু।

কাতি বিহু

কাতি বিহুৰ সন্ধিয়া পথাৰত খেতিয়কে আকাশ বন্তি জ্বলায়।

আকাশ বন্তি

আকাশ বন্তিৰ পোহৰত উপৰিপুৰুষৰ আত্মা সৰগলৈ যাত্ৰা কৰে।

আকাশ বন্তি

চলমান আৰু ক'লা হৰিণ!

চাবলৈ ক্লিক কৰক