ভোগালী বিহুলৈ মাজত মাথোঁ কিছুদিন বাকী।
1 Jan 2025
TV9 ASSAM
পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়।
বিহু
এই বিহুত অসমৰ ভিন্ন প্ৰান্তত ভিন্ন পৰম্পৰা পালন কৰা হয়।
পৰম্পৰা
দুটা প্ৰধান অংশ হৈছে মেজি আৰু উৰুকা।মেজি সাধাৰণতে ওখ দেখা যায়।
মাঘ বিহুৰ
মেজিৰ ব্যৱহাৰ উজনি অসমত তুলনামূলকভাৱে বেছি।
উজনি
মেজিৰ জুইত বাঁহেৰে সজা পানীহিলৈ ফুটোৱাটো এক পৰম্পৰা।
পৰম্পৰা
পানী জমা হোৱা কোনো বাঁহক মেজিৰ জুইত ভৰাই দি দাৰে আঘাত কৰা হয়।
হিলৈ
আশীৰ্বাদ ল'লে ব্যক্তিৰ মনৰ আকাংক্ষা পূৰণ হয় বুলি জনবিশ্বাস আছে।
মেজিৰ
চাবলৈ ক্লিক কৰক
OYOৰ জনপ্ৰিয়তা!
Learn more