ৰঙালী বিহু অথবা ব’হাগ বিহু সাদিনীয়াকৈ উদযাপন কৰা হয় ৷

19 April 2025

TV9 ASSAM

সাতবিহুৰ প্ৰতিটো দিনৰে আছে সুকীয়া নাম, সুকীয়া বৈশিষ্ট্য ৷ 

সাত বিহু

গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু অথবা কুটুম বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বিহু  আৰু চেৰা বিহু ৷

সাত বিহু

কাইলৈ চেৰা বিহু, সাতবিহুৰ শেষৰ দিনটো। এই দিনটোত আছে বহু পৰম্পৰা।

শেষৰ বিহু

সাতবিহুৰ এদিনত এশ এবিধ শাক খোৱা নিয়ম আছে। এশ এবিধ নোৱাৰিলেও সাতবিধেৰে খায়। 

সাতশাকী

চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয়।  কিছুমানে ইয়াক "এৰা" বিহু বুলিও কয়।

নিয়ম

নামনিত কোচ-ৰাজবংশী লোকসকলে গৰু বিহুৰ পৰা সাতদিনলৈকে ‘সাত বিষুৱা’ পালন কৰে।

নিয়ম

বিচনীৰে জুৰ ল’লে বছৰটোলৈ দেহা শাঁত পৰি থাকে বুলি বিশ্বাস কৰা হয়।

বিচনী

চাবলৈ ক্লিক কৰক 

জুবলী বৰুৱাৰ ভাতৃৰ মৃত্যু