শীতকালত ছালৰ যতন লোৱাটো অত্যন্ত জৰুৰী।
8 Nov 2024
TV9 ASSAM
যিসকলৰ ছাল শুকান তেওঁলোকে এই সময়ত বেছি যত্ন ল'ব লাগে।
শীতকাল
শুকান ছালৰ সমস্যাৰ পৰা ৰক্ষা পৰিবলৈ আমি যথেষ্ঠ পানী খাব লাগে।
পানী
চাবোনৰ সলনি মুখ ধুওঁতে বেচন ব্যৱহাৰ কৰিব পাৰে।
বেচন
ক্লিনজাৰ হিচাপে কেঁচা গাখীৰ ব্যৱহাৰ কৰিব পাৰে।
প্ৰসাধন
ময়শ্বাৰাইজাৰ হিচাপে বিশুদ্ধ মৌজোল ব্যৱহাৰ কৰিব পাৰে।
ময়শ্বাৰাইজাৰ
বজাৰত কম দামতে পোৱা প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে।
প্ৰসাধন
ৰাতি শোৱাৰ সময়ত মুখ ধুই শোৱাৰ অভ্যাস কৰক।
মুখ ধোৱা
চাবলৈ ক্লিক কৰক
বন্ধ জেট এয়াৰৱেজ
Learn more