আজিকালি সকলোৱে নিজকে সুন্দৰ দেখাব বিচাৰে।
29 Jan 2025
TV9 ASSAM
আজিকালি বহুতো কম বয়সীয়া লোকৰ মুখত শোতোৰা পৰা দেখা যায়।
শোতৰা পৰা
আমি মুখত হালধি ব্যৱহাৰ কৰিও ছালৰ উজ্জ্বলতা ঘূৰাই আনিব পাৰোঁ।
হালধি
উজ্জ্বল ছালৰ বাবে শৰীৰক সতেজ কৰি ৰখাটো অতি প্ৰয়োজনীয়।
সতেজ
পানী অধিক খাব, ৪০ বছৰ বয়সতো আপোনাৰ ছাল জিলিকি থকাত সহায় কৰিব।
ছালৰ জিলিকনি
এন্টিঅক্সিডেন্ট থকা ফল-মূল, যেনে জামু, কচু, বিলাহী খাব লাগে।
ফল-মূল
চিন্তা পৰিহাৰ কৰি ভালদৰে টোপনি মাৰিবলৈ চেষ্টা কৰক।
টোপনি
চিন্তাই আপোনাৰ শৰীৰৰ কৰ্টিচল হ’ৰমন বৃদ্ধি কৰি ছালৰ উজ্বলতা হ্ৰাস কৰে।
চিন্তা
চাবলৈ ক্লিক কৰক
শীতল পানীয়ৰ প্ৰভাৱ!
Learn more