দৈৰ উপকাৰী বহু গুণ আছে, ই চুলীৰ বাবেও যথেষ্ঠ উপকাৰী।
12 April 2025
TV9 ASSAM
প্ৰতিগৰাকী মহিলাই নিজৰ চুলি ক’লা, ডাঠ আৰু সুস্থ হোৱাটো বিচাৰে।
চুলিৰ যতন
চুলিক স্বাস্থ্যকৰ কৰি তুলিবলৈ ব্যৱহাৰ কৰা ঘৰুৱা সামগ্ৰীৰ ভিতৰত দৈও অন্তৰ্ভুক্ত।
দৈ
দৈত বহুতো পুষ্টিকৰ উপাদান থাকে যিয়ে চুলিক সুস্থ কৰি ৰখাত সহায় কৰে।
দৈ
কিন্তু চুলিত দৈ লগোৱাৰ উপকাৰিতাৰ লগতে কিছু অপকাৰিতাও আছে।
অপকাৰ
প্ৰ’বায়’টিক আৰু লেক্টিক এচিড থাকে যিয়ে চুলিক কোমল আৰু চিকচিকিয়া কৰাত সহায় কৰে।
সহায়
ই মূৰৰ ছাল পৰিষ্কাৰ কৰি ৰাখে আৰু লগতে চুলি সৰা সমস্যা কমোৱাতো সহায় কৰে।
সহায়
দৈৰ এলাৰ্জী হ’ব পাৰে, ফলত মূৰৰ ছালত খজুৱতি, জ্বলা-পোৰা বা ৰঙা পৰা দেখা যায়।
এলাৰ্জী
চাবলৈ ক্লিক কৰক
ঢোলৰ প্ৰকাৰ
Learn more