মানৱ শৰীৰৰ বাবে অতি স্বাস্থ্যকৰ আৰু পুষ্টিকৰ খাদ্য।

3  FEB 2025

TV9 ASSAM

প্ৰ’টিন, ফাইবাৰ, খনিজ পদাৰ্থ, আৰু থাকে। বহুতে ইয়াক পদুমৰ গুটি বুলি কয়। 

মাখানা

লঘু হোৱাৰ বাবে ইয়াক শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে বাবে উপকাৰী।

উপকাৰী

মাখানাত এন্টিঅক্সিডেন্ট থাকে, যিয়ে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে।

উপকাৰ

প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যাৰ ফলত পেটটো বহুসময় ধৰি ভৰি থাকে।

উপকাৰী

মাখানাত থকা আঁহে পাচনতন্ত্ৰ উন্নত কৰাত সহায় কৰে।

উপকাৰী

কোষ্ঠকাঠিন্যৰ বাবেও মাখানাক উপকাৰী বুলি গণ্য কৰা হয়।

উপকাৰী

ইয়াক অতিমাত্ৰা খালে পেটৰ সমস্যা হয়।

অপকাৰ

চাবলৈ ক্লিক কৰক 

বিশ্ব কৰ্কট দিৱস