মাছে ডিমেনচিয়া, এলজাইমাৰৰ দৰে ৰোগ প্ৰতিৰোধ কৰে

3 October 2024

 TV9 Assam

ই ধমনীবিলাকত তেজ গোট মৰাত বাধা প্ৰদান কৰে।

উপকাৰ

মাছে শৰীৰত জমা হোৱা শৰ্কৰাজাতীয় পদাৰ্থ ভাঙি পেলায়।

উপকাৰ

নিয়মিতভাৱে মাছ খোৱাসকলৰ স্মৃতিশক্তি হেৰুৱাৰ সম্ভাৱনা কম।

নিয়মিত খাওক

সপ্তাহত অন্ততঃ দুদিন মাছ খাব লাগে।

কেইদিন খাব

মাছ খালে চকুৰ দৃষ্টিশক্তি বাঢ়ে আৰু চকুৰ অন্য সমস্যাও দূৰ হয়।

উপকাৰ

মাছত প্ৰ'টিন থাকে যি শৰীৰৰ বাবে অতি উত্তম।

সৰু মাছ

মাছ খালে চকুৰ দৃষ্টিশক্তি বাঢ়ে আৰু চকুৰ অন্য সমস্যাও দূৰ হয়। 

সৰু মাছ

অখণ্ড চাকি

চাবলৈ ক্লিক কৰক