শৰীৰটো সুস্থ-সবল কৰি ৰাখিবলৈ দৌৰাৰ অভ্যাস কৰক।

11 Sept 2024

 TV9 Assam

স্বাস্থ্যৱান হৈ থাকিবলৈ দৈনিক কমেও ৫-১০ মিনিট দৌৰিব লাগে।

উপকাৰী

দৌৰিলে শৰীৰত মনোবল বৃদ্ধি হয়।

উপকাৰী

পেছাদাৰী খেলুৱৈসকলে বেছিভাগ খালী পেটেৰে দৌৰে।

খেলুৱৈ

দৌৰিলে শৰীৰৰ শক্তি বৃদ্ধি কৰে আৰু চৰ্বিও দ্ৰুতগতিত হ্ৰাস কৰে।

উপকাৰী

দৌৰিলে শৰীৰত চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে।

ডাইবেটিছ

হৃদৰোগৰ বাবে লাভদায়ক।

হৃদৰোগৰ

ভালদৰে দৌৰা লোকসকলে ভালদৰে টোপনি যায়।

উপকাৰী

ভাস্কৰ দত্তক নিলম্বন

চাবলৈ ক্লিক কৰক