এল'ভেৰাই স্বাস্থ্য আৰু ছালৰ বহু সমস্যা নিৰাময় কৰে।

5 Nov 2024

TV9 ASSAM

ঘাঁ আদিৰ চিকিৎসাৰ বাবে উপযোগী হ'ব পাৰে বুলি ভবা হয়।

এল'ভেৰা

এল'ভেৰাৰ প্ৰয়োগে আৰোগ্য হোৱাৰ গতি খৰতকীয়া কৰে।

সুস্বাস্থ্য

উজ্জ্বল ছালৰ বাবে এনেদৰে এলোভেৰা জেল ব্যৱহাৰ কৰক।

ছাল

উচ্চ ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ হ্ৰাস কৰাত সহায় কৰে।

নিৰাময়

অৱশ্যে তেজস্ক্ৰীয়তা সম্পৰ্কীয় আঘাতত ই কাম নিদিয়ে।

জানিবলগীয়া

ভিটামিন, খনিজ পদাৰ্থ, এমিনো এচিড আৰু এন্টিঅক্সিডেন্ট থাকে ৷

কি কি থাকে?

বেক্টেৰিয়েল ইনফেকশ্যন ৰোধতো খুব কাৰ্যকৰী এল'ভেৰা।

উপকাৰী

পঢ়িবলৈ ক্লিক কৰক 

চিকন্দৰ ভাইৰেল!