গ্ৰীষ্মকালত আদা খালে কি হয় জানক...

22 Mayl 2024

 TV9 Assam

আদা প্ৰত্যেকগৰাকী ভাৰতীয়ৰ ঘৰত থাকেই, আঞ্জা বনালে ইয়াক ব্যৱহাৰ কৰে।

ঘৰৰ পাকঘৰত

আদাই মানুহৰ ইমিউনিটি শক্তি বৃদ্ধি কৰে। গৰম দিনত মাথো ইয়াৰ ব্যৱহাৰ ভাবি চিন্তি কৰিব লাগে।

ইমিউনিটি

পায়েল শৰ্মাৰ মতে গৰম দিনত বেছিকৈ আদা খালে শৰীৰৰ অনিষ্ট হ'ব পাৰে।

বিশেষজ্ঞ

যদি গৰমত বেছি আদা খায় তেতিয়া আপোনাৰ হজমত সমস্যা হব'।

হজম

গ্ৰীষ্মকালত বেছি আদা খোৱাৰ ফলত বুকুৰ জ্বলন হ'ব পাৰে।

জ্বলা-পুৰা

বেছি আদা খোৱাৰ ফলত আপোনাৰ এলাৰ্জীৰ সমস্যাই দেখা দিব পাৰে।

এলাৰ্জী

চাবলৈ ক্লিক কৰক

কাঁন চলচ্চিত্ৰ মহোৎসৱত 'কুকি'