ফাগুন মাহৰ পূৰ্ণিমাত উদযাপন কৰে ৰঙৰ উৎসৱ।
2 March 2025
TV9 ASSAM
হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য পালন কৰা হয়।
হোলী
হোলীক অসমত ফাকুৱা, ফল্গুৎসৱ বা দৌল উৎসৱ বোলা হয়।
নাম
হোলীত ৰঙে-ৰসে একাকাৰ হৈ পৰিব সমগ্ৰ দেশ।
আবিৰ
হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল।
প্ৰবাদ
হোলিকাই নিজৰ শৰীৰৰ জুইৰে নিজেই নিঃশেষ হয়।
প্ৰবাদ
হোলিকাই মৃত্যুক্ষণত নিজৰ ভুল বুজি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে।
প্ৰবাদ
মৃত্যুৰ পিছত বছৰত অন্ততঃ এদিন মানুহে হোলিকাক স্মৰণ কৰিব।
হোলিকাক দিলে বৰ
চাবলৈ ক্লিক কৰক
চলমানৰ মৰম
Learn more