কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ মৃত্যু বাৰ্ষিকী।

6  FEB 2025

TV9 ASSAM

৬ ফেব্ৰুৱাৰীত লতা মংগেশকাৰৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়।

মৃত্যু

সংগীতৰ বাবে তেওঁক শিশুৰ পৰা বৃদ্ধৰ অন্তৰত আজিও বাস কৰি আছে।

প্ৰিয়

১৯৪৭ চনত চিত্ৰ নিৰ্মাতা বসন্ত যোগলেকাৰে আপকী সেৱাত গীত গাবলৈ দিয়ে।

প্ৰথম ছবি

গীতটোৰ লগে লগে লতাজীৰ মধুৰ কণ্ঠৰ বিষয়েও চৰ্চা হ’ল।

জনপ্ৰিয়তা

ভাৰতীয় ভাষা আৰু কেইটামান বিদেশী ভাষাৰ গীতত কণ্ঠদান কৰিছে।

যাত্ৰা

ভগ্নী আশা ভোঁচলেৰ লগত চলচ্চিত্ৰ সক্ৰিয়ভাৱে কাম কৰিছিল।

ভগ্নীৰ সৈতে

তেওঁৰ কৰ্মজীৱনত কেইবাটাও বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।

সন্মান

চাবলৈ ক্লিক কৰক 

ভেলেন্টাইন ডে'ৰ বিশেষত্ব