হালধিৰ অবিহনে আমাৰ এখনো আঞ্জা সম্পূৰ্ণ নহয় 

1 August 2024

 TV9 Assam

ই খাদ্যৰ সোৱাদ বৃদ্ধি কৰে আৰু সেই খাদ্য অধিক পুষ্টিকৰ কৰি তুলে ।

কি কৰে?

শৰীৰৰ ভিতৰৰ বিষ-যন্ত্ৰণা তথা সংক্ৰমণ দূৰ কৰাত সহায় কৰে।

বিষ

গাখীৰত হালধি আৰু জালুকৰ গুড়ি মিহলাই খালে উপকাৰ হয়।

উপকাৰ

হালধি-জালুক একেলগে খালে স্বাস্থ্যৰ বাবে উপকাৰী ।

জালুক

 ই ৰক্তশোধক, কফনাশক, কৃমিনাশক,ৰক্তদোষহৰণ কৰোতা আৰু পাচনৰ বাবে।

উপকাৰী 

মাছ, মাংস, কণীৰ সকলো ৰন্ধনত হালধি ব্যৱহাৰ কৰি পেট ভালে ৰাখিব পাৰি।

পেট

হালধিয়ে ছালৰ উজ্জ্বলতাও বৃদ্ধি কৰে।

ছাল

বিগ বছ আপডেট

চাবলৈ ক্লিক কৰক