দিনটোৰ কোনটো সময়ত পকা অমিতা খাব লাগে? 

8 Jun 2024

এই ফলটোৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শৰীৰৰ পুষ্টিৰ অভাৱ পূৰণ কৰে।

 ৰোগ প্ৰতিৰোধ ক্ষমতা

পকা অমিতাত ভিটামিন C থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। পকা অমিতাত থকা ভিটামিন Aয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে।

পকা অমিতাত ভিটামিন C আৰু A থাকে

পকা অমিতাত অধিক পৰিমাণৰ খাদ্য আঁহ থাকে, যিটো পাচনতন্ত্ৰৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য। তেজত চুগাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে আৰু ওজন কমাবলৈ সহায় কৰে।

চুগাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে

পকা অমিতাত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে আৰু হৃদযন্ত্ৰৰ কাৰ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

পটাছিয়াম থাকে

দৈনন্দিন খাদ্য তালিকাত পকা অমিতা অন্তৰ্ভুক্ত কৰিব লাগে। কিয়নো ফলত সৃষ্টি হোৱা লাইকোপেনে কেন্সাৰ আৰু হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে।

কেন্সাৰ ৰোগৰ সম্ভাৱনা হ্ৰাস

দিনটো আৰম্ভণিতে অৰ্থাৎ পুৱাই পকা অমিতা খাব পাৰে। ব্ৰেকফাষ্টত সৈতে পকা অমিতা খাব পাৰে। 

কেতিয়া খাব পকা আমিতা?

দিনটোৰ যিকোনো সময়তে পকা অমিতা  খাব পাৰে। পকা অমিতা চালাড হিচাপে খাব পাৰে। অথবা আদা, ধনীয়া, জিৰা আদি সামগ্ৰীৰে পকা অমিতা চাটনি বনাব পাৰে।

চালাড হিচাপে খাব পাৰে

পঢ়িবলৈ ক্লিক কৰক

 মূৰৰ বিষৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব