শৰীৰৰ কোন ঠাইত তিল  থকা শুভ? জানক...

30 March 2025

TV9 ASSAM

ধৰ্মীয় মান্যতা অনুসৰি শৰীৰৰ প্ৰতিটো তিলৰ বিশেষ মহত্ব থাকে। সামুদ্ৰিক শাস্ত্ৰ অনুসৰি শৰীৰৰ কিছুমান বিশেষ অংশত তিল থকা অত্যন্ত শুভ।

তিল

সামুদ্ৰিক শাস্ত্ৰ অনুসৰি মূৰত তিল থকা শুভ। ই ধন আৰু সমৃদ্ধিৰ প্ৰতীক। ইয়াৰোপৰি মূৰত তিল থকা লোকসকল বুদ্ধিমান আৰু তেওঁলোকৰ জীৱনলৈ সফলতা আহে।

মূৰত

গালত তিল থকা সৌভাগ্যৰ প্ৰতীক। এই তিলে ব্যক্তিক আকৰ্ষিত আৰু জনপ্ৰিয় কৰি তোলাত সহায় কৰে।

গালত তিল

সামুদ্ৰিক শাস্ত্ৰ অনুসৰি, নাকত তিল থকা শুভ। ই মানুহত আত্মবিশ্বাসী কৰি তোলে লগতে উচ্চকাংক্ষী কৰি তোলে।

নাকত তিল

থুতুৰীত তিল থকা অতি শুভ। ই ব্যক্তিক ধনবান কৰি তোলে। সমাজত মান-সন্মান লাভ কৰে আৰু সমৃদ্ধি আহে।

থুতুৰীত তিল

হাতত তিল থকা ব্যক্তি পৰিশ্ৰমী হয়, যাৰ ফলত জীৱনলৈ সফলতা আহে। এনে লোকে ব্যৱসায় আৰু চাকিৰৰ ক্ষেত্ৰত সফলতা লাভ কৰে।

হাতত তিল

ভৰিত তিল থকাৰ অৰ্থ এয়াই যে, তেনে ব্যক্তি ভ্ৰমণপ্ৰিয় আৰু ৰোমান্টিক হয়। এই লোকসকলে ভাল সংগী লাভ কৰে।

ভৰিত

পঢ়িবলৈ ক্লিক কৰক 

ধনৰ অভাৱ দূৰ কৰিবলৈ কি কৰিব লাগে