নৱৰাত্ৰিৰ তৃতীয় দিনা  মা চন্দ্ৰঘন্টাক পূজা কৰা হয়।

5 October 2024

 TV9 Assam

চন্দ্ৰঘণ্টা হৈছে দেৱী পাৰ্বতীৰ (দুৰ্গা) তৃতীয় ৰূপ।

মা চন্দ্ৰঘন্টা

চন্দ্ৰঘণ্টাৰ অৰ্থ হৈছে “যাৰ অৰ্ধ চন্দ্ৰ আকৃতিৰ ঘণ্টা আছে।”

অৰ্থ

তেওঁক চন্দ্ৰখণ্ড, চণ্ডিকা বা ৰণচণ্ডী বুলিও জনা যায়।

নাম

ওঁ দেৱী চন্দ্ৰঘণ্টায়ে নমঃ

দেৱীৰ মন্ত্ৰ

ৰঙা বা হালধীয়া কাপোৰৰ ওপৰত মাতা চন্দ্ৰঘান্টাৰ মূৰ্তি ৰাখক।

নিয়ম

মা চন্দ্ৰঘন্টা দেৱীয়ে গাখীৰেৰে তৈয়াৰী মিঠাই আৰু খীৰ ভাল পায়।

ভোগ

চন্দ্ৰঘন্টাক পূজা কৰিলে ব্যক্তিয়ে বীৰত্ব, শৌৰ্য্য আৰু সাহস লাভ কৰে।

সুফল

জুবিন বিতৰ্ক!

চাবলৈ ক্লিক কৰক