মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি?

11 Jan 2025

TV9 ASSAM

পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। এই বিহু তিনিদিন পালন কৰা হয়।

মাঘ বিহু

এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰালত থয় বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। বিহুৰ আগদিনা উৰুকা উদ্‌যাপন কৰা হয়।

পৰম্পৰা

এই বিহুত খোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। প্ৰায় সকলোৰে ঘৰত পিঠা, দৈ, সান্দহ, নানা প্ৰকাৰৰ লাড়ু, আখৈ আদি বনোৱা হয়।

খাদ্য-সম্ভাৰ

মাঘ বিহুৰ দুটা প্ৰধান অংশ হৈছে মেজি আৰু উৰুকা। বিহুৰ দিনা সকলোৱে মেজি জ্বলাই।

মেজি

মাঘ বিহুত মেজি সজাৰ নিয়ম আৰু পৰম্পৰা ঠাই বিশেষে বেলেগ বেলেগ।  মেজি কিছুমান ঠাইত নৰা, কলপাত আদিৰে প্ৰস্তুত কৰাৰ বিপৰীতে কিছুমানে কাঠেৰে সজা হয়।

কেনেদৰে সজা হয়

বিহুৰ দিনা মেজি জ্বলাই অগ্নি দেৱতাক পূজা কৰাৰ ৰীতি প্ৰচলিত আছে। ইয়াৰ পৰা বিভিন্ন অপায়-অমঙ্গল দূৰ হয় বুলি বিশ্বাস কৰা হয়।

কিয়  জ্বলোৱা হয়

 ৰাইজে মাঘ বিহুৰ দিনা কাহিলীপুৱাতেই মেজিত অগ্নিসংযাগ কৰে ৷ তামোল-পাণ, মাহজাতীয় শস্য, চাউল, ঘিউ আৰু পিঠাৰ নৈবদ্য দি সূৰ্য-দেৱতাক সেৱা জনোৱা হয়।

মেজি জ্বলোৱাৰ নিয়ম

পঢ়িবলৈ ক্লিক কৰক 

ভোগালীৰ খাদ্য-সম্ভাৰ