ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য কি?

25 Feb 2025

মহাদেৱ ক্ৰোধিত হ'লে তাণ্ডৱ নৃত্য কৰে বুলি কোৱা হয়।

ক্ৰোধ

তাণ্ডৱ নৃত্য কৰাৰ সময়ত ভগৱান শিৱৰ চকু খঙতে সম্পূৰ্ণৰূপে ৰঙা হৈ পৰে আৰু মহাদেৱৰ ৰুদ্ৰ ৰূপে বিশ্ববহ্মাণ্ড কপাই তোলে।

মহাদেৱ

কিন্তু আপুনি জানেনে ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য কি? যদি নাজানে, ইয়াত জানো আহক..

তাণ্ডৱ নৃত্য

এদিন মাতা সতীয়ে পিতৃয়ে আয়োজন কৰা যজ্ঞত অংশগ্ৰহণ কৰিবলৈ মাতৃগৃহলৈ গৈছিল। 

মাতা সতী

তাত ৰজা দক্ষই মাতা সতীৰ আগত  ভগৱান শিৱক অপমান কৰে। যিবোৰ মাতা সতীয়ে সহ্য কৰিব পৰা নাছিল আৰু তেওঁ যজ্ঞৰ অগ্নিতে আত্মদাহ কৰে।

শিৱক অপমান  

ভগৱান শিৱই এই কথা গ'ম পোৱাৰ পাছত খঙতে সম্পূৰ্ণৰূপে ৰঙা হৈ পৰে। মহাদেৱে যজ্ঞস্থলীত উপস্থিত হৈ দক্ষৰ শিৰচ্ছেদ কৰে।

দক্ষৰ শিৰচ্ছেদ

তাৰ পাছত মহাদেৱে মা সতীৰ নশ্বৰ দেহ কান্ধত তুলি লৈ  তাণ্ডৱ নৃত্য আৰম্ভ কৰে।

মহাদেৱে ক্ৰোধ

মহাদেৱৰ ৰুদ্ৰ ৰূপ দেখি দেৱতাসকলে ভয় খাই ব্ৰহ্মাদেৱৰ সহায় বিচাৰে আৰু ব্ৰহ্মাদেৱে তেওঁকক ভগৱান বিষ্ণুৰ ওচৰলৈ পঠিয়াই দিয়ে।

ব্ৰহ্মাদেৱ

ভগৱান বিষ্ণুৱে কয়, যেতিয়ালৈ মহাদেৱে মা সতীৰ নশ্বৰ দেহ কান্ধত লৈ থাকিব তেওঁৰ ক্ৰোধ ক্ষান্ত নহয়। ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে মা সতীৰ দেহ টুকুৰা-টুকুৰ কৰি পৃথিৱীত পেলায়।

 ভগৱান বিষ্ণু

য'ত য'ত মা সতীৰ দেহৰ অংশ পৰে সেই ঠাইসমুহ এটা এটা শক্তিপীঠলৈ ৰূপান্তৰ হয়।

শক্তিপীঠ 

চাবলৈ ক্লিক কৰক 

হনুমান চালিছা