আপুনে দেখা সপোনে কিহৰ ইংগিত দিয়ে?

৭ জুন, ২০২৪

শুৱাৰ সময়ত সপোন দেখা অতি সাধৰণ কথা। কিন্তু কিছুমান সপোনে মানুহৰ জীৱনত ঘটিবলগীয়া বহু কথাৰ ইংগিত দিয়ে।

প্ৰতিটো সপোনৰ থাকে অৰ্থ

স্বপ্ন শাস্ত্ৰত সকলো সপোনকে বিশেষ বুলি কোৱা হয়।  ইয়ে জীৱনৰ শুভ-অশুভ সংকেত দিয়ে।

শুভ নে অশুভ

কিছুমান সপোনে আমাক সুখ দিয়ে। আনহাতে কিছুমান সপোন দেখিলে ভয়ত কঁপি যোৱাৰ দৰে অৱস্থা হয়।

সপোন

বেয়া সপোন দেখিলে আমি ভয়ত সাৰ পাওঁ। কিন্তু ইয়াৰ ফলাফল ভাল হ'ব পাৰে।

অৰ্থ কি

 যদি কোনো লোকে সপোনত আত্মহত্যা কৰা দেখে তেন্তে বহু ভয় খায়। কিন্ত স্বপ্ন শাস্ত্ৰ মতে ই শুভ সংকেত।আত্মহত্যা দেখা পোৱা

আত্মহত্যা দেখা পোৱা

সপোনত মৃতদেহ দেখা পোৱাৰ অৰ্থ সফলতা বুলি ধৰা হয়। এনে সপোন দেখিলে বেমাৰৰ পৰা মুক্ত হোৱা বুলিও কয়।

মৃতদেহ দেখা

সপোনত নিজকে জ্বলি থকা দেখাতো অতি ভয়ানক। কিন্তু ইয়াক শুভ সংকেত আৰু আৰ্থিক সমস্যাৰ পৰা মুক্ত হোৱাৰ সংকেত বুলি ধৰা হয়।

কি কয় স্বপ্ন শাস্ত্ৰই

পঢ়িবলৈ ক্লিক কৰক

অকলে ফুৰিব মন গৈছে নেকি