ধ্যানৰ উপকাৰিতা

9 Nov 2024

TV9 ASSAM

ধ্যান (meditation) হৈছে এনে এক ক্ৰিয়া য'ত ব্যক্তিয়ে নিজৰ মনক এক বিশেষ চেতনাৰ অৱস্থালৈ আনিবলৈ চেষ্টা কৰে।

ধ্যান কি ?

দৈনিক ধ্যানৰ অনুশীলনে মানসিক ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰাৰ লগতে মানুহক শৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখে ।

মানসিক ভাৰসাম্য

ধ্যানৰ অভ্যাসে মানসিক চাপৰ পৰা মুক্ত কৰাৰ লগতে উদ্বেগ হ্ৰাস কৰে, উদাৰতা বৃদ্ধি কৰে, আত্মসচেতনতা বৃদ্ধি কৰে।

 মানসিক চাপ

ধ্যান অভ্যাস কৰিলে মনটো পৰিষ্কাৰ হয় আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰা যায় । ধ্যান কৰিলে উদ্বেগ আৰু হতাশাৰ পৰা সকাহ পোৱা যায়। 

মনটো পৰিষ্কাৰ হয়

ধ্যানে মনোযোগ বৃদ্ধি কৰে আৰু লগতে স্মৃতিশক্তিও উন্নত কৰে। ধ্যানে মনটোক শান্ত কৰি স্মৃতিশক্তি উন্নত কৰে।

স্মৃতিশক্তি

মনৰ পৰা অস্থিৰতা নাইকীয়া কৰিবলৈও ধ্যান কৰিব পাৰে । ধ্যানে মনৰ অস্থিৰতা আঁতৰাই মনটোৰ স্থিৰ কৰি তোলে ।

মনৰ অস্থিৰতা

উচ্চ ৰক্তচাপ, মানসিক চাপ, টোপনি আদি সমস্যাৰ পৰা উপশম পাবলৈও ধ্যান কৰিব পাৰে । ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিতো ই সহায় কৰে । 

উচ্চ ৰক্তচাপ

পঢ়িবলৈ ক্লিক কৰক

গৰ্ভাৱস্থাত কলখাৰ খোৱা উচিত নে ?