বিশ্বৰ আটাইতকৈ ধনী এথলিটগৰাকী কোন জানেনে?  

2 August 2024

 TV9 Assam

অলিম্পিক গেমছত সমগ্ৰ বিশ্বৰ খেলুৱৈসকলে তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰে। কিন্তু মাত্ৰ কেইজনমান লোকেহে খিতাপ জয় কৰিবলৈ সক্ষম হয়। এজন এথলিট আছে যিয়ে ২৮টা অলিম্পিক পদক জিকিছে।

২৮টা অলিম্পিক পদক অৰ্জন

এই এথলিটজনৰ নাম হৈছে মাইকেল ফেল্পছ। তেওঁ ২৮টা অলিম্পিক পদক জিকি এক নতুন অভিলেখ গঢ়িছে।

মাইকেল ফেল্পছে গঢ়িলে অভিলেখ 

প্ৰাক্তন আমেৰিকান সাঁতোৰবিদ মাইকেল ফেল্পছে তেওঁৰ সুন্দৰ কেৰিয়াৰত মুঠ ২৮টা পদক জিকিছে। ইয়াৰ ভিতৰত আছে ২৩টা সোণ, ৩টা ৰূপ আৰু ২টা ব্ৰঞ্জৰ পদক।

সাঁতোৰত জিকিছে বহুতো পদক

২০০০ চনৰ চিডনী অলিম্পিকৰ সময়ত মাত্ৰ ১৫ বছৰ বয়সতে ফেল্পছে  অলিম্পিকত খোজ পেলাইছিল

অলিম্পিক কেৰিয়াৰ আৰম্ভণি

ফেল্পছে ২০০৪ চনৰ এথেন্স অলিম্পিকত ৬টাকৈ সোণ আৰু দুটা ব্ৰঞ্জৰ পদক জিকিছিল

৬টা পদক জিকি মনোযোগ আকৰ্ষণ 

ফেল্পছে ২০০৮ চনত বেইজিঙত অনুষ্ঠিত অলিম্পিক, ২০১২ চনত লণ্ডন আৰু ২০১৬ চনত ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত অলিম্পিকতো কেইবাটাও পদক জিকিছিল

অন্য অলিম্পিকটো ভাল প্ৰদৰ্শন

ফেল্পছৰ সফলতাই তেওঁক বিত্তীয়ভাৱেও যথেষ্ট সবল কৰিছে । তেওঁৰ মুঠ সম্পত্তি প্ৰায় ৮৩৭ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে।

নেটৱৰ্থ

 ওজন হ্ৰাস

চাবলৈ ক্লিক কৰক