গাখীৰ চাহত নিমখ দি খালে কি হয়?

6 March 2025

TV9 ASSAM

ভাৰতকে ধৰি বিশ্বৰ আটাইতকৈ জনপ্ৰিয় পানীয়ৰ ভিতৰত এবিধ হৈছে চাহ। প্ৰায়ভাগ লোকে একাপ চাহৰে দিনটোৰ আৰম্ভণি কৰে। 

চাহ

কিন্তু আপুনি জানেনে বহু লোকে গাখীৰ চাহত নিমখ মিহলি কৰি সেৱন কৰে। জানক  বিশেষজ্ঞৰ পৰা

নিমখ

পুষ্টিবিদ নমামী আগৰৱালাৰ মতে, একাপ চাহত অকণমান নিমখ দি সেৱন কৰিলে স্বাস্থ্যৰ উপকাৰ কৰে। 

বিশেষজ্ঞৰ মত

নিমখ থকা ছ'ডিয়ামে হজম শক্তি উন্নত কৰে। এই চাহ পান কৰাৰ ফলত গেছৰ সমস্যা নহয়।

হজম

নিমখত থকা খনিজ পদাৰ্থই চাপ আৰু চিন্তা কম কৰাত সহায় কৰে। যিয়ে শৰীৰক শান্ত কৰি ৰখাৰ লগতে ভাগৰ দূৰ কৰাত উপকাৰী।

চাপ

চৰ্দি-কাঁহত ভুগি থকাসকলে নিমখ দিয়া চাহ পান কৰিলে ডিঙিৰ বিষ আৰু নাক বন্ধ হোৱাৰ সমস্যাৰ পৰা সকাহ লাভ কৰে। নিমখে সংক্ৰমণ প্ৰতিৰোধ কৰাটো সহায়ক।

চৰ্দি-কাঁহ

একাপ চাহৰ বাবে প্ৰায় ১/৮ নিমখে উপযুক্ত। অধিক নিমখ মিহলালে চাহৰ সোৱাদ নষ্ট হ'ব পাৰে।

কিদৰে মিহলাব?

চাবলৈ ক্লিক কৰক 

গাখীৰ খালে বৃদ্ধি হয় নেকি তেজৰ পৰিমাণ?