আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলে মন্ত্ৰী অতুল বৰাই।
1 Nov 2024
TV9 ASSAM
১ অক্টোবৰত বাগৰি বনাঞ্চল নতুন পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হৈছিল।
কাজিৰঙা
হাতী চাফাৰীৰ আমোদ ল'লে দেশী-বিদেশী পৰ্যটকেও৷
পৰ্যটক
ইয়াত থকা এটা খড়গযুক্ত গঁড়ৰ বাবে পৃথিৱী বিখ্যাত।
গঁড়
কঁহৰা বনাঞ্চলৰ মিহিমুখত আনুষ্ঠানিকভাৱে হাতী ছাফাৰী মুকলি কৰা হয়।
হাতী চাফাৰী
উদ্যানখনৰ পূব দুৱাৰ অগৰাতলি বনাঞ্চলো আজি মুকলি কৰা হয়।
পৰ্যটকৰ বাবে
২০০৬ চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়।
বাঘ সংৰক্ষণ
কাজিৰঙা 'গ্ৰীষ্মপ্ৰধান সেমেকা পৰ্ণপাতী অৰণ্য'।
কাজিৰঙা
পঢ়িবলৈ ক্লিক কৰক
ঐশ্বৰ্যা ৰায়ৰ জন্মদিন
Learn more