কেৱল মুন্না ভায়াই নহয়, 'মিৰ্জাপুৰ ৩'ত দেখা নাপাব এইসমূহ চৰিত্ৰও

৪ জুলাই, ২০২৪

 TV9 Assam

দীঘলীয়া অপেক্ষাৰ অন্তত জুলাইত অ'টিটি প্লেটফৰ্ম প্ৰাইম ভিডিঅ'ত 'মিৰ্জাপুৰ ৩' মুকলি কৰা হৈছে

মিৰ্জাপুৰ ৩

এই ছিজনত দেখিবলৈ পোৱা নাযাব মুন্না ভায়াক (দিব্যেন্দু শৰ্মা)। দ্বিতীয় ছিজনত এই চৰিত্ৰৰ মৃত্যু হোৱা দেখুওৱা হৈছিল।

মুন্না ভায়া

কেৱল মুন্নাই নহয়, দ্বিতীয় ছিজনত আন কিছু চৰিত্ৰৰো আছে মৃত্যু দেখুওৱা হৈছিল আৰু সেয়ে এই ছিজনত দেখুওৱা হোৱা নাই এই চৰিত্ৰসমূহক।

দেখা নাপাব কেইবাটাও চৰিত্ৰক

আন এক জনপ্ৰিয় চৰিত্ৰ বাব্লুকো দেখা নাযাব এই ছিজনত। এই চৰিত্ৰটোৰ প্ৰথম চিজনত মৃত্যু হৈছিল

বাব্লু (বিক্ৰান্ত মেছী)

শ্ৰেয়া পিলগাৱঙ্কাৰে অভিনয় কৰা চুইটি নামৰ চৰিত্ৰও দেখা নাযাব এই ছিজনত। এই চৰিত্ৰটোৰো প্ৰথম ছিজনতে মৃত্যু হৈছিল।

চুইটি (শ্ৰেয়া পিলগাৱঙ্কাৰ)

শুভ্ৰজ্যোতি বৰটে অভিনয় কৰা ৰতি শংকৰ শুক্লা নামৰ জনপ্ৰিয় চৰিত্ৰটোকো এই ছিজনত দেখা নাযাব। প্ৰথম ছিজনতে গুড্ডু ভায়াই গুলীয়াই প্ৰাণ লৈছিল শুক্লাৰ।

ৰতি শংকৰ শুক্লা (শুভ্ৰজ্যোতি বৰট)

মিৰ্জাপুৰৰ অন্যতম জনপ্ৰিয় চৰিত্ৰ বাউজী (কুলভূষণ খাৰবান্দা), কম্পাউণ্ডাৰ (অভিষেক বেনাৰ্জী), বাবৰ (আচিফ খান)কে ধৰি আন কিছুমান চৰিত্ৰকো এই ছিজনত দেখা পোৱা নাযাব।

এই জনপ্ৰিয় চৰিত্ৰসমূহো নাই ছিজন ৩ত

পঢ়িবলৈ ক্লিক কৰক

বাৰিষা ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি?