৬ জুন ২০২৪
TV9 Assam
আমাৰ শৰীৰত ইউৰিক এচিডৰ এটা মূল কাৰণ হৈছে Oxidative Stress
কোষৰ ক্ষয় ক্ষতিৰ উপৰিও আন বিভিন্ন কাৰণত ইউৰিক এচিড বৃদ্ধি পায় ৷
প্ৰচুৰ পৰিমাণে পিউৰিন যুক্ত খাদ্য গ্ৰহণ কৰিলেও ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পাব পাৰে।
ইউৰিক এচিডৰ এটা লক্ষণ হৈছে বিষ ৷ এনে ক্ষেত্ৰত বুঢ়া আঙুলিতো সাধাৰণতে বহুত বিষ হয়, উখহি উঠে, ৰঙা পৰি উঠে ৷
নেমু টেঙা খাব লাগে, ইয়াত থকা ভিটামিন চি য়ে ইউৰিক এচিডৰ পৰিমাণ হ্ৰাস কৰে ৷
তুলসী পাতে ইউৰিক এচিডৰ পৰিমাণ হ্ৰাস কৰে ৷
গ্ৰীণ টিত থকা বিভিন্ন উপাদানেও ইউৰিক এচিডৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে ৷
চাবলৈ ক্লিক কৰক
মেক্সি ড্ৰেছত শনয়া কাপুৰৰ গ্লেমাৰাছ ষ্টাইল