শৰীৰৰ এই স্থানত তিল থাকিলে হয় ভাগ্যশালী

১৮ আগষ্ট, ২০২৪

Tv9 Assam

মানুহৰ শৰীৰৰ বিভিন্ন অংগত তিল থাকে। বহুতৰ মতে ব্যক্তিৰ শৰীৰত থকা তিলে ভাল বেয়াৰ সংকেত দিয়ে। আনকি ভৱিষ্যতৰ সংকেতো দিয়ে।

সংকেত

যদি কোনোলোকৰ কপালত তিল থাকে তেন্তে সেয়া শুভ বুলি কোৱা হয়। সেই লোকজন আৰ্থিক সমস্যাৰ সন্মুখীন নহয়।

ভাগ্যৱান

কোনো ব্যক্তিৰ যদি নাভিৰ ওচৰত তিল থাকে তেন্তে সেয়া শুভ। তেনে ব্যক্তিৰ জীৱন ধনেৰে উপচি পৰে।

ধনৰ সমস্যা নহয়

যিলোকৰ বুকুৰ মাজত তিল থাকে সেই সকল ভাগ্যশালী। এইলোকৰ মান সন্মান বৃদ্ধি হোৱাৰ লগতে সমাজত স্থান পায়।

বুকুত

কোনো লোকৰ যদি ডিঙিত তিল থাকে তেন্তে সেইলোক ভাগ্যশালী। এই লোকসকল কেতিয়াও আৰ্থিক  সমস্যাৰ সন্মুখীন নহয়।

ডিঙি

যদি কোনোলোকৰ  নাকৰ বাওঁ কাষে তিল থাকে তেন্তে সেই লোকসকল ভাগ্যশালী। এই লোকসকলৰ ওচৰত টকা থাকে যদিও বহু খৰচী।

নাকৰ ওচৰত

ওঁঠত তিল থাকিলে বিবাহিত জীৱন সুখৰ হয়। প্ৰেমৰ সম্পৰ্ক শক্তিশালী হয়। ইয়াৰোপৰি বিভিন্ন তিলে বিভিন্ন সংকেত দিয়ে।

ওঁঠত

পঢ়িবলৈ ক্লিক কৰক 

ৰাখী বন্ধন