বাৰিষা হ’ব পাৰে মূৰৰ খজুৱতি

25 July 2024

 TV9 Assam

বাৰিষা অতিৰিক্ত কিছু যত্নৰ প্ৰয়োজন হয়।

যত্ন

বতৰৰ পৰিৱৰ্তনৰ ফলত মানৱ দেহত বিভিন্ন ৰোগে দেখা দিব পাৰে।

ৰোগ

মূৰৰ ছালত খজুৱতি, উফিৰ দৰে সমস্যাৰো উদ্ভৱ হ’ব পাৰে।

বাৰিষা বতৰ

এনে পৰিস্থিতিত যিকোনো লোকেই হতাশাত ভূগিব পাৰে।

বাৰিষা বতৰ

সপ্তাহত পৰাপক্ষত দুবাৰৰ পৰা তিনিবাৰ চুলি ধুব লাগে।

যত্ন

এল’ভেৰা আৰু নাৰিকল তেল

উপকাৰী

নিমপাত চুলিৰ বাবে যথেষ্ঠ উপকাৰী।

নিমপাত

বিগ বছ আপডেট

চাবলৈ ক্লিক কৰক