কোনবিধ দাইলত আটাইতকৈ বেছি প্ৰ'টিন থাকে? 

৩০ আগষ্ট, ২০২৪

 TV9 ASSAM

ভাৰতীয় পৰিয়ালত সাধাৰণতে বিভিন্ন প্ৰকাৰৰ দাইল উপলব্ধ।  দাইল হৈছে ভাৰতীয় লোকৰ মুখ্য ব্যঞ্জন।

দাইল

 দাইলত যথেষ্ট পৰিমাণে প্ৰ'টিন পোৱা যায়। দাইল  খালে শৰীৰত প্ৰ'টিনৰ অভাৱ পূৰণ হয়। 

প্ৰ'টিন

আপুনি জানেনে কোনবিধ দাইলত আটাইতকৈ বেছি প্ৰ'টিন থাকে? জানো আহক..

কি দাইলত অধিক থাকে?

ল্লেখ্য যে ১০০ গ্ৰাম মগু দাইলত ৯ গ্ৰাম প্ৰ'টিন পোৱা যায়। ই স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী।

 মগু দাইল

সেউজীয়া মগুৰ গ্লাইচেমিক সূচক অতি কম। যিয়ে ডায়েবেটিচ থকা ব্যক্তিসকলৰ বাবে উপকাৰী।

ব্লাড চুগাৰ

সেউজীয়া মগুত চৰ্বি আৰু কেলৰি কম থকাৰ লগতে ফাইবাৰ আৰু প্ৰ'টিন অধিক থাকে। এই মিশ্ৰণে ভোক নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

ওজন হ্ৰাস

সেউজীয়া মগুত থকা ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টে কলেষ্ট্ৰলৰ স্তৰ হ্ৰাস কৰি হৃদৰোগৰ আশংকা কম কৰে

হৃদযন্ত্ৰৰ বাবে

ওজন হ্ৰাসৰ বাবে  খাওক মুড়ি

চাবলৈ ক্লিক কৰক