ওজন কমাবলৈ মগু অতি উপকাৰী।
28 Nov 2024
TV9 ASSAM
ব্ৰেকফাষ্টত মগুৰ চিলা অন্তৰ্ভুক্ত কৰিব পাৰে।
পুৱাৰ আহাৰ
প্ৰতিদিনে পুৱা মগু দাইল খাব পাৰে।
মগু
গজালি খোৱাটোও অতি স্বাস্থ্যকৰ।
গজালি মগু
মগুত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে।
ভিটামিন
মগুৰ বিভিন্ন ধৰণৰ খাদ্যয়ো আপোনাক শক্তি প্ৰদান কৰিব।
শক্তি
উচ্চ ৰক্তচাপ কমাই স্বাভাৱিক অৱস্থালৈ অনাত সহায় পাৰে।
ৰক্তচাপ
চৰ্মৰোগ কিছু পৰিমাণে প্ৰতিৰোধ কৰিব পাৰে।
চৰ্মৰোগ
চাবলৈ ক্লিক কৰক
সামূহিক বিয়া
Learn more