TV9 ASSAM
হিন্দু ধৰ্মত মন্ত্ৰত শক্তি বুলি গন্য কৰা হয়। নিয়মিতভাৱে মন্ত্ৰ জপ কৰিলে ব্যক্তিৰ সম্পূৰ্ণ দিনটো ভালদৰে পাৰ হয় আৰু ইতিবাচক হৈ থাকে।
মান্যতা অনুসৰি প্ৰতিদিনে পুৱা উঠি ভগৱানৰ নাম ল'ব লাগে। ইয়াৰ লগতে পুৱা এটা মন্ত্ৰ জপ কৰিব লাগে যি অত্যন্ত শুব বুলি গন্য কৰা হয়।
পুৱা মন্ত্ৰোচ্চাৰণ কৰিলে সকৰাত্মক শক্তি লাভ কৰা যায়। পুৱা কি মন্ত্ৰ জপ কৰাটো ভাল আহক জানো এই বিষয়ে।
পুৱা সাৰ পাই উঠি ইশ্বৰৰ নাম লৈ ''কৰাগ্ৰে বসতে লক্ষ্মী, কৰমধ্যে সৰস্বতী। কৰমেলু স্থিতো ব্ৰহ্মা প্ৰভাতে কৰদৰ্শনম।। ''মন্ত্ৰ জপ কৰিব লাগে।
এই লক্ষ্মী মন্ত্ৰ জপ কৰাৰ পাছ দুয়োখন হাতেৰে মুখখন আৰু চকু কেইটা মোহাৰি দিয়ক। পুৱা এই মন্ত্ৰ জপ কৰিলে জীৱনত সফলতা লাভ কৰা যায়।
পুৱা উঠি এই মন্ত্ৰ জপ কৰিলে ব্যক্তিৰ জীৱনৰ পৰা সকলো দুখ দূৰ হয় আৰু আত্মবিশ্বাস বৃদ্ধি পায়। গতিকে পুৱা উঠি এই মন্ত্ৰ জপ কৰিব পাৰে।
প্ৰতিদিনে পুৱা উঠি হাতৰ তলুৱা চাই এই মন্ত্ৰ জপ কৰিলে জীৱনত বহু সফলতা লাভ কৰা যায়। জীৱনত সুখ- সমৃদ্ধি হয়।
পঢ়িবলৈ ক্লিক কৰক