ঘৰুৱা ভূমিত একেই পৰিস্থিতি ভাৰত-পাকিস্তানৰ!

২০ অক্টোবৰ ২০২৪

TV9 ASSAM

ঘৰুৱা টেষ্ট মেচত পৰাস্ত হোৱাৰ ক্ষেত্ৰত ভাৰত আৰু পাকিস্তান দুয়োখন দেশৰ অৱস্থা সমপৰ্যায়ৰ, এই কথা আপুনি বিশ্বাস কৰিবনে?

ঘৰুৱা টেষ্টত ফল

হয়, তথ্যৰ দিশৰ পৰা যোৱা ২০২৩ চনৰ পৰা এতিয়ালৈকে ঘৰুৱা মাটিত অনুষ্ঠিত হোৱা টেষ্টৰ ক্ষেত্ৰত এটা দিশৰ পৰা দুয়োটা দলৰ ফল একেই।

পৰিসংখ্যা

যোৱা ২০২৩ চনৰ পৰা ঘৰুৱা টেষ্টত ভাৰত আৰু পাকিস্তান দুয়োটা দল তিনিখনকৈ মেচত পৰাস্ত হৈছে।

সম পৰাজয়

অৱশ্যে এই সময়ছোৱাত এই দিশত ভাৰত আৰু পাকিস্তানৰ পিছ পৰি থকা নাই বাংলাদেশো। ২০২৩ চনৰ পৰা বাংলাদেশো ৩ খন ঘৰুৱা টেষ্টত পৰাস্ত হৈছে।

বাংলাদেশ

একেদৰে এই সময়ছোৱাত নিউজিলেণ্ড ক্ৰিকেট দলো ঘৰুৱা ভূমিত অনুষ্ঠিত হোৱা ৩ খন টেষ্টত পৰাস্ত হৈছে।

নিউজিলেণ্ড

এই তালিকাত নাম আছে ইংলেণ্ড দলৰো। ২০২৩ চনৰ পিছত ঘৰুৱা ভূমিত ইংলেণ্ডো ৩ খন টেষ্টত পৰাজয়ৰ সন্মুখীন হৈছে।

ইংলেণ্ড

অৰ্থাৎ টেষ্ট খেলা দেশৰ স্বীকৃতি লাভ কৰা ৫ টা দলে যোৱা ২০২৩ চনৰ পৰা ঘৰুৱা মাটিত ৩ খনকৈ টেষ্টত পৰাস্ত হৈছেl

৫টা দলৰ একে ফল

পঢ়িবলৈ ক্লিক কৰক

পুষ্পা ২ৰ আইটেম চঙত কোন অভিনেত্ৰী!