ঔৰংগজেৱে দিছিল জগন্নাথ মন্দিৰ ধ্বংস কৰাৰ আদেশ

২৮ জুলাই, ২০২৪

Tv9 Assam

ওড়িশাৰ পুৰিস্থিতি জগন্নাথ মন্দিৰ হিন্দু ধৰ্মৰ এক ধাম। এই মন্দিৰৰ নিৰ্মাণ সম্ভৱত ১১৩৫- ১১৫০ ত হৈছিল।

জগন্নাথ মন্দিৰ

মোগল বাদছাহ ঔৰংগজেৱে ১৬৮৬ ত কটকৰ চুবেদাৰ নাছৰ খানক জগন্নাথ মন্দিৰ ধ্বংস কৰি পেলোৱাৰ বাবে আদেশ দিছিল।

ঔৰংগজেৱ

 ইতিহাসৰ তথ্য অনুসৰি নাছৰ খান এজন হিন্দু বিৰোধী আছিল।  আদেশ লাভৰ পাছতেই জগন্নাথ মন্দিৰ ধ্বংস কৰিবলৈ নাছৰ খান পুৰীলৈ গৈছিল।

নাছৰ খান

 শ্ৰীকৃষ্ণৰ কথামৃচ মৈগজীনৰ মতে পুৰী পোৱাৰ আগতে নাছৰ খান আৰু তেওঁৰ সেনাসকলো পুৰীৰ ওচৰৰ এখন গাঁৱত জিৰণী লৈছিল।

সেনা

সেই নিশা যেতিয়া সেনাসকলে জিৰণি লৈ আছিল তেতিয়াই বজ্ৰপাতৰ ফলত নাছৰ খানৰ কেইবাটাও হাতী, ঘোড়াৰ মৃত্যু হয়।

বজ্ৰপাত

কটক চুবেদাৰ নাছৰ খানে এই বজ্ৰপাতৰ ঘটনা ভগৱান জগন্নাথৰ খং বুলি ভাবি মন্দিৰ ধ্বংসৰ পৰিকল্পনা বাতিল কৰে। ইয়াৰ সলনি ওড়িশাৰ ৰজাৰ লগত শান্তি চুক্তি কৰে।

খং

পঢ়িবলৈ ক্লিক কৰক

দ্বিতীয় সোমবাৰ