ডাঙৰ লোকচানৰ সন্মুখীন মুকেশ আম্বানী

২০ অক্টোবৰ, ২০২৪

TV9 ASSAM

ডাঙৰ লোকচানৰ সন্মুখীন মুকেশ আম্বানী। বিগত ৩ সপ্তাহত এছিয়াৰ সবাতোকৈ ধনী উদ্যোগপতি মুকেশ আম্বানী ডাঙৰ  লোকচানৰ সন্মুখীন হয় আৰু তেওঁ সম্পত্তিৰ পৰিমাণ কমি যায়।

আম্বানীৰ লোকচান

ব্লুমবৰ্গ বিলেনিয়াৰ্চ ইনডেক্সৰ তথ্য অনুসৰি ১৯ ছেপ্টেম্বৰৰ পাছত আম্বানীৰ নেটৱৰ্থ এক লাখ কোটিতকৈ অধিক হ্ৰাস পাইছে।

কম

ব্লুমবৰ্গ বিলেনিয়াৰ্চ ইনডেক্সৰ তথ্য অনুসৰি ২৯ ছেপ্টেম্বৰলৈকে উদ্যোগপতি মুকেশ আম্বানীৰ সম্পত্তিৰ মূল্য আছিল ১১৯ আৰৱ ডলাৰ।

কিমান আছিল

ব্লুমবৰ্গ বিলেনিয়াৰ্চ ইনডেক্সৰ তথ্য অনুসৰি ১৮ অক্টোবৰত আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হয়গৈ ১০৩ আৰৱ মিলিয়ন ডলাৰ। অৰ্থাৎ ডাঙৰ লোকচানৰ সন্মুখীন হৈছে তেওঁ।

বৰ্তমান

ডলাৰৰ হিচাপত বিগত ৩ সপ্তাহত এছিয়াৰ  ধনী ব্যক্তি মুকেশ আম্বানীৰ সম্পত্তিৰ  পৰিমাণ ১৩ আৰৱ ডলাৰ হ্ৰাস পাইছে।

কিমান হ্ৰাস

ব্লুমবৰ্গৰ তথ্য অনুসৰি ২৯ ছেপ্টেম্বৰত মুকেশ আম্বানী এছিয়াৰ ধনী ব্যক্তিৰ ১২ নম্বৰত আছিল আৰু এতিয়া তেওঁ ধনী ব্যক্তিৰ ১৫ নম্বৰলৈ আহিছে।

১২-১৫ নৱেম্বৰ

অৱশ্যে চলিত বৰ্ষত সম্পত্তি বৃদ্ধি হৈছে মুকেশ আম্বানীৰ।  প্ৰায় ৬.৬৮ আৰৱ ডলাৰ বৃদ্ধি হৈছে তেওঁৰ।

চলিত বৰ্ষত

পঢ়িবলৈ ক্সিক কৰক 

বাস্তু শাস্ত্ৰৰ টিপচ